असम, भारत
অ’ মোৰ আপোনাৰ দেশ
(অসমীয়া 阿萨姆文 Assamese)
অ’ মোৰ আপোনাৰ দেশ অ’ মোৰ চিকুণী দেশ এনেখন সুৱলা, এনেখন সুফলা এনেখন মৰমৰ দেশ ।
অ’ মোৰ সুৰীয়া মাত অসমৰ সুৱদি মাত পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত ।
অ’ মোৰ ওপজা ঠাই অ’ মোৰ অসমী আই চাই লওঁ এবাৰ মুখনি তোমাৰ হেঁপাহ মোৰ পলোৱা নাই ।
|

|